• Home
  • News
  • About Us
    • Team
  • Contact / Advertise
  • Breaking News | Video Updates
cropped-image0.png
  • Home
  • News
  • About Us
    • Team
  • Contact / Advertise
  • Breaking News | Video Updates
  • Call us anytime +91-3613521721
Go Live

Breaking News | Video Updates

News One North East – Fearless. Unfiltered. First. > Breaking News | Video Updates
শিৱসাগৰৰ ভটীয়াপাৰত এচ কে পেট্ৰ' লিমিটেডৰ ৰীগত অনিয়ন্ত্ৰিত গেছ নিৰ্গমনৰ ঘটনা আৰু কুকমেন বিশ্ব হাজৰিকাৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে পৰিস্থিতি।
বীৰ লাচিত সেনা অসমে এচ কে পেট্ৰ'ৰ ফুকন নগৰস্থিত কাৰ্যালয় "কৈলাশ ভৱন" ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে আৰু প্ৰতিষ্ঠানটোৰ স্বতাধিকাৰী কৃষ্ণ আগৰৱালাৰ গ্ৰেপ্তাৰৰ দাবী জনায়।
২০২৩ চনতো এনেদৰে জুই লাগি বিতৰ্কৰ মুখামুখি হোৱা এই প্ৰতিষ্ঠান পুনৰ বিতৰ্কৰ কেন্দ্ৰস্থল হৈ পৰিছে।

News One North East ৰ শিৱসাগৰৰ পৰা মিনহাজ আহমেদৰ বিশেষ ৰিপোৰ্ট।
কৈলাশ ভৱন" ঘেৰাও: কৃষ্ণ আগৰৱালাৰ গ্ৰেপ্তাৰৰ দাবীত উত্তাল শিৱসাগৰ
🔴 শিৱসাগৰৰ ভয়ংকৰ গেছ নিৰ্গমন কাণ্ড!
১৪৭-ক আৰু ১৩৫ নম্বৰ ৰিগৰ পৰা অব্যাহত গেছ লীকেজে সৃষ্ট কৰিছে গভীৰ সংকট। অ.এন.জি.ছি.এল (ONGCL) ৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ অন্তৰ্গত এই ঘটনা আজি ষষ্ঠ দিনত ভৰি দিলে।

🛑 ইতিমধ্যে এজন লোকৰ মৃত্যু ঘটিছে আৰু বহু সম্পত্তি, ঘৰ-বস্তু সম্পূৰ্ণ ৰূপে নষ্ট হৈছে। ভটিয়াপাৰৰ বাৰীচুক অঞ্চলত ভয়াবহ পৰিস্থিতিৰ মাজত নিশা ১১ বজাত উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।

📍 মুখ্যমন্ত্ৰীয়ে বৰ্ণনা কৰে—
✔ ক্ষতিগ্ৰস্ত পৰিয়ালক সম্পূৰ্ণ ক্ষতিপূৰণ
✔ "SK Petrochemicals"ৰ বিৰুদ্ধে তদন্ত
✔ জিলা আয়ুক্তক পৰীক্ষাৰ সময় সলনিৰ নিৰ্দেশ

🎙 ভিডিঅ’টোৰ শেষলৈ চাই থকক, ঘটনাস্থলীৰ স্থিৰচিত্র, মুখ্যমন্ত্ৰীৰ বিবৃতি, আৰু News One North East ৰ মিনহাজ আহমেদৰ এক্সক্লুসিভ ৰিপৰ্টসহ।

🔔 সাবস্ক্ৰাইব কৰক News One North East চেনেলক —
"India’s Most Fearless Political News Channel" — সদায় আপডেটত থাকিবলৈ।

#ONGC #SivasagarGasLeak #HimantaBiswaSarma #AssamNews #BreakingNews #NewsOneNorthEast #AssamDisaster #GasLeak #SKPetrochemicals
৬ দিনৰ গেছ কাণ্ডত শিৱসাগৰ তণ্ডৱ! নিশা মুখ্যমন্ত্ৰীৰ ঘটনাস্থলীত উপস্থিতি | ONGC Gas Leak Update
শিৱসাগৰ জিলাৰ ভটিয়াপাৰ, বাৰীচুক অঞ্চলত ৫ দিন ধৰি O.N.G.C.L ৰ তৈল খাদ ১৪৭(ক) আৰু ৰিগ ১৩৫ৰ পৰা অব্যাহতভাৱে গেছ নিৰ্গমন ঘটিছে।
অ এন জি চি এলৰ প্ৰতিটো চেষ্টা বিফল হৈ পৰিছে।
স্থানীয় ৰাইজে ঘৰ দুৱাৰ এৰি আশ্ৰয় শিবিৰত দিন কটাইছে।
অসমীয়া যুৱ মঞ্চে দায়িত্বহীনতা আৰু বিপদজনক গাফিলতিৰ বাবে অ এন জি চি এল আৰু এছ কে পেট্ৰকেমিকেলচৰ বিৰুদ্ধে কঠোৰ ৰুকাবোৰ ল’বলৈ হুংকাৰ দিছে।

🔺 ঘটনাস্থলৰ ৰিপ’ৰ্ট: Minhaj Ahmed
📍স্থান: শিৱসাগৰ
📰 News One North East

হেপাঁহী সময়ত, এই গেছ নিৰ্গমনে কিমান ক্ষতি সাধন কৰিব পাৰে? তলত মতামত দিয়ক।
জ্বলি চাঁই হৈ যাব শিৱসাগৰ? ৫ দিন ধৰি গেছ নিৰ্গমন, O.N.G.C.L নিৰৱ !
This is the heart-wrenching story of the bright and beautiful souls lost in the tragic crash of Air India flight AI-171, the "Green Liner," on the fateful day of June 12. In just 29 seconds, the Ahmedabad to London flight turned into a scene of unimaginable sorrow, shattering the dreams of 241 passengers and crew members.

This report from News One North East pays a special tribute to the ten cabin crew members, the "Brainy and Beauty" of flight AI-171, who were dedicated to ensuring the safety and comfort of their passengers. Among them were:

Roshni Rajendra Songhare (27): A vibrant young woman from Dombivli, Maharashtra, who overcame humble beginnings to achieve her childhood dream of becoming an air hostess. Known as "Sky Lover Her" to her 54,000 Instagram followers, her journey from a small 10x10 room to the skies was one of relentless determination.

Manisha Thapa (27): A brilliant and soft-spoken woman from Patna, Bihar, with a degree in Business Economics from St. Xavier's College. The daughter of a Bihar police officer, Manisha's grace and ambition led her from a ground staff position at Indigo Airlines to a coveted crew member role at Air India, flying international routes.

Nganthoi Kongbrailatpam Sharma (22): A determined young woman from the conflict-ridden Thoubal district of Manipur. The pride of her Meitei family, Nganthoi's hard work and focus saw her achieve her dream of becoming an air hostess at a young age, only to have her life tragically cut short.
আহমেদাবাদৰ এআই-১৭১ দুৰ্ঘটনাৰ হৃদয়বিদাৰক কাহিনী
১২ জুন আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ শোকত দেশ আৱদ্ধ হৈ থাকোঁতেই আজি পুৱা কেদাৰনাথৰ পৰা উৰা মৰা এখন হেলিকপ্তাৰ গৌৰিকুণ্ডৰ অৰণ্যত দূৰ্ঘটনাত পতিত হয়। আৰ্য়ান এভিয়েচনৰ এই হেলিকপ্তাৰখনত ৬জন তীৰ্থযাত্ৰী আৰু এজন অভিজ্ঞ পাইলট আছিল। সকলোৰে থিতাতে মৃত্যু হয়। মৃতবোৰৰ ভিতৰত দুজন শিশু আছিল। দূৰ্ঘটনাৰ কাৰণ এতিয়াও স্পষ্ট নহ’লেও, যান্ত্ৰিক ত্ৰুটিকেই দোহাই ধৰা হৈছে।
আৰু এক বিমান দূৰ্ঘটনা! কেদাৰনাথৰ হেলিকপ্তাৰ দূৰ্ঘটনাত ৭ জনৰ থিতাতে মৃত্যু
दुनिया पलक मुच्छल को उनकी सुरीली आवाज़ के लिए जानती है, लेकिन उनकी असली पहचान उनका विशाल हृदय है। यह वीडियो पलक मुच्छल की उस अनकही कहानी को बयां करता है, जिसमें वह अपनी गायकी से होने वाली सारी कमाई को हज़ारों गरीब बच्चों की मुफ्त हार्ट सर्जरी पर खर्च कर देती हैं। जानिए कैसे वह 3500 से ज़्यादा बच्चों की "माँ" बनीं और क्यों उनके एक स्टेज शो का मतलब कई मासूमों के लिए एक नई ज़िंदगी होता है। यह इंसानियत, निःस्वार्थ सेवा और एक 'गोल्डन गर्ल' की सच्ची कहानी है, जो प्रचार से दूर, चुपचाप दिलों को जोड़ रही हैं।
3500 बच्चों की 'माँ': गायिका पलक मुच्छल की अनकही कहानी
১৯৭৭ চনৰ ৪ নৱেম্বৰ নিশা।
অসমৰ যোৰহাট জিলাৰ এখন সৰু গাঁও — টেকেলা (আজিৰ দেশাই নগৰ)।
এই গাঁওখনতে খহি পৰিছিল তৎকালীন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই বহন কৰা "পুষ্পক ৰথ" নামৰ VVIP বিমানখন।
এই ভয়ংকৰ বিমান দুৰ্ঘটনাৰ কথা, বৰ্তমান বহুতে নাজানে।
এইটো কেৱল এখন দুৰ্ঘটনাই নহয় — এইটো অসমৰ অবজ্ঞা, বঞ্চনাৰ নথি।
এই ঘটনাত প্ৰাণ হেৰুৱাইছিল উচ্চপদস্থ বিমান সেনাৰ ৪জন বিষয়া, আহত হৈছিল বহু লোক।
কিন্তু আজি ৪৮ বছৰৰ পাছতো, দিল্লীয়ে পাহৰি গ’ল টেকেলা গাঁও।

News One North East আপোনালোকক আগবঢ়াইছে,
এই ইতিহাসৰ পৃষ্ঠা উলিয়াই অনা এখন অনুসন্ধানী প্ৰতিবেদন।
অসমক আৰু অসমৰ সাহসী জনতাৰ উপেক্ষা কেনেকৈ কৰা হয়, সেই চিত্র এই ভিডিওত।

📍 সবিশেষ চাওক, জানক আৰু শ্বেয়াৰ কৰক।

#Assam #Jorhat #MorarjiDesai #PlaneCrash #DesaiNagar #NewsOneNorthEast #HiddenHistory #NortheastIndia #অসম #ভয়ংকৰ_দুৰ্ঘটনা #ForgottenStories #IndianPolitics
১৯৭৭: যোৰহাটত প্ৰধানমন্ত্ৰীক লৈ হোৱা ভয়ংকৰ বিমান দুৰ্ঘটনা!
আজিৰ পুৱতি নিশা যোৰহাট জিলাৰ সৰুচৰাই পুলিবৰ তিনিআলিৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।
AS 01 FC 2395 আৰু PB 11 CM 9790 নম্বৰৰ দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষত এজন চালকৰ ঘটনাস্থলীতেই মৃত্যু হয় আৰু তিনিজন লোক গুৰুতৰভাৱে আহত হয়।
ঘটনাৰ পিছতে SDRF আৰু পুলিচ ঘটনাস্থলীত উপস্থিত হয় আৰু আহত আৰু মৃত লোকক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে উদ্ধাৰ কৰাটোও চেলেঞ্জ হৈছিল।
News One North East ৰ পক্ষৰ পৰা আমি পুৰা ঘটনা, স্থানীয় লোকৰ প্ৰতিক্ৰিয়া আৰু আৰক্ষীৰ তদন্তৰ হালধীন তথ্য আগবঢ়াইছোঁ।

#JorhatAccident #TruckCollision #BreakingNewsAssam #NewsOneNorthEast
যোৰহাটত ভয়ংকৰ পথ দুৰ্ঘটনা – এখন ট্ৰাকৰ চালকৰ মৃত্যু
13 जून की सुबह, पश्चिम एशिया में सूरज उगने से पहले ही इज़राइल ने ईरान पर "राइजिंग लॉयन" नामक एक गुप्त और अभूतपूर्व सैन्य अभियान शुरू किया। इस रिपोर्ट में जानिए:

नतांज यूरेनियम संयंत्र पर हमला क्यों हुआ?

इज़राइल का असली मकसद क्या है?

ईरान, हिज़्बुल्ला और अमेरिका की क्या प्रतिक्रिया है?

क्या यह तीसरे विश्व युद्ध की शुरुआत है?

देखिए Rachel Sinha के साथ News One North East की एक्सक्लूसिव रिपोर्ट – सीधे गुवाहाटी से।

#IsraelIranConflict #RisingLion #ThirdWorldWar #NewsOneNorthEast #BreakingNews #MiddleEastTension
राइजिंग लॉयन” ऑपरेशन: इज़राइल का ईरान पर सबसे बड़ा हमला | क्या तीसरा विश्व युद्ध शुरू हो गया है?
Load More... Subscribe
Fearless News from

North East India

Fearless political news from North East India—unfiltered, bold, and committed to independent journalism.

Streaming Truth Live.
Company
  • News
  • About Us
  • Terms And Condition
  • Privacy Policy
  • Contact Us
  • Videos
Contact Us
  • Call Us 24/7 +91-3613521721
  • Work with us information@newsonenortheast.com
  • Our Location G.S. Road, Christanbasti, Guwahati Metro-781005, Assam
Youtube Facebook Instagram Twitter

© 2025 News One North East. All Rights Reserved.